ଅର୍ଥ : যʼত প্রভাৱ থাকে
ଉଦାହରଣ :
তেওঁ ্প্রভাৱশালী কন্ঠেৰে এই কামটো আজিয়েই হʼব লাগিব বুলি কʼলে
ସମକକ୍ଷ : শক্তিশালী
ଅର୍ଥ : নিজৰ কাম বা প্রভাৱ দেখুৱাওতা
ଉଦାହରଣ :
এইটো চর্দি-কাহৰ প্রভাৱকাৰী ঔষধ
ସମକକ୍ଷ : প্রভাৱকাৰী, প্রমাণী
ଅର୍ଥ : কিহবাৰ ওপৰত যি প্রভাৱ বিস্তাৰ কৰে
ଉଦାହରଣ :
চহৰ আৰু গাঁৱত প্রৱল ৰাজনীতিয়ে হিংসাক প্রৰোচিত কৰিছে
ସମକକ୍ଷ : প্রৱল
ଅର୍ଥ : প্রভাৱ বা প্রতিক্রিয়া দিওঁতা
ଉଦାହରଣ :
এই ঔষধ বৰ প্রভাৱশালী এই দৰব বৰ প্রতিক্রিয়াশীল
ସମକକ୍ଷ : প্রতিক্রিয়াশীল