ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি ডাঙৰ সংখ্যাত বা বৃহৎ মাত্রাত হঠাৎ বা প্রচণ্ড ৰূপত ওলায় আহে
ଉଦାହରଣ : তেওঁৰ মুখৰ পৰা ওলোৱা গালিৰ ধাৰা কমাই হোৱা নাই
ସମକକ୍ଷ : ধাৰ, ধাৰা
ଅର୍ଥ : বৈ যোৱা কার্য ্বা ভাব
ଉଦାହରଣ : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল
ସମକକ୍ଷ : ধাৰা, বেগ, সোঁত
ଅର୍ଥ : এটাৰ পিছত এটা হৈ থকা ঘটনা বা একেলেথাৰিয়ে হৈ থকা বিচাৰ আদিৰ প্রভাৱশালী ক্রম
ଉଦାହରଣ : কাব্যানুষ্ঠানত কবিতাৰ প্রবাহে শ্রোতাক বান্ধি ৰাখিছিল
ସମକକ୍ଷ : ধাৰা
ସଂସ୍ଥାପନ କରନ୍ତୁ