ଅର୍ଥ : প্রধান শিক্ষকৰ পদবী
ଉଦାହରଣ :
মই প্রধান শিক্ষকৰ কাৰণে সাক্ষাৎকাৰ দিবলৈ গৈ আছো
ସମକକ୍ଷ : প্রধান আচার্য, ্হেড মাষ্টৰ
ଅର୍ଥ : যাৰ অধীনত সকলো প্রাধ্যাপক আৰু প্রাধ্যাপিকাই কাম কৰে
ଉଦାହରଣ :
অধ্যক্ষই বন্তি প্রজ্বলন কৰি বার্ষিক মহোৎসৱৰ শুভাৰম্ভ কৰিলে
ସମକକ୍ଷ : অধ্যক্ষ
ଅର୍ଥ : বিদ্যালয়ৰ গুৰিয়াল শিক্ষক
ଉଦାହରଣ :
গণতন্ত্র দিৱসত আমাৰ বিদ্যালয়ৰ প্রধান শিক্ষকে পতাকা উত্তোলন কৰিছিল
ସମକକ୍ଷ : প্রধান অধ্যাপক, প্রধান আচার্য, মুখ্য-অধ্যাপক, হেডপণ্ডিত, হেডমাষ্টৰ
ଅର୍ଥ : কোনো বিদ্যালয়ৰ শিক্ষকসকলৰ প্রধান
ଉଦାହରଣ :
পণ্ডিত ৰাম মনোহৰদেৱ এই বিদ্যালয়ৰ প্রধান শিক্ষক
ସମକକ୍ଷ : প্রধান অধ্যাপক, প্রধান আচার্য, প্রিন্সিপাল, হেড পণ্ডিত, হেড মাষ্টৰ, ্হেডমাষ্টাৰ