ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি
ଉଦାହରଣ : অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল
ସମକକ୍ଷ : অধিকাৰী, অধিপতি, গুৰি ধৰোতা, মুখিয়াল, মুৰব্বী, সর্বেসর্বা
ଅର୍ଥ : যিটো আৱশ্যক হয়
ଉଦାହରଣ : আমাৰ শৰীৰটো পাঁচটা মুখ্য পদার্থৰে গঠিত
ସମକକ୍ଷ : মুখ্য, মূল
ଅର୍ଥ : বাক্য ৰচনাৰ দৃষ্টিত যি পূর্ণ হয় আৰু যʼত অতি কমেও এটা কর্তা আৰু এটা ক্রিয়া থাকে
ଉଦାହରଣ : যৌগিক বাক্যত এটা মুখ্য উপবাক্য থাকে
ସମକକ୍ଷ : মুখ্য
ଅର୍ଥ : যি কোনো ক্ষেত্রৰ প্রধান
ଉଦାହରଣ : তেওঁ এই মণ্ডলৰ মুখ্য কার্যব্াহী
ସମକକ୍ଷ : অগ্রগণ্য, অগ্রণী, প্রমুখ, মুখ্য, শ্রেষ্ঠ
ଅର୍ଥ : সকলোতকৈ অধিক গুৰুত্বপূর্ণ ্বা যাক গুৰুত্ব দিয়া হয়
ଉଦାହରଣ : মুখ্য তৰংগই গৌণ তৰংগতকৈ অধিক বেগেৰে গতি কৰে
ସମକକ୍ଷ : প্রাথমিক, মুখ্য
ସଂସ୍ଥାପନ କରନ୍ତୁ