ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ প্রদেশ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

প্রদেশ   বিশেষ্য

ଅର୍ଥ : এজন ৰজা বা ৰাণীৰ দ্বাৰা শাসিত অঞ্চল

ଉଦାହରଣ : মোগলকালীন যুগত ভাৰতবর্ষ সৰু-সৰু ্ৰাজ্যত বিভক্ত আছিল

ସମକକ୍ଷ : ৰাজ্য

ଅର୍ଥ : কোনো প্রদেশত বসবাস কৰা লোক

ଉଦାହରଣ : সমগ্র ৰাজ্য মুদ্রাস্ফীতিৰ কাৰণে বিবুধিত পৰিছে

ସମକକ୍ଷ : প্রান্ত, ৰাজ্য

ଅର୍ଥ : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র

ଉଦାହରଣ : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে

ସମକକ୍ଷ : দেশ, প্রান্তৰ, ৰাজ্য

ଅର୍ଥ : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে

ଉଦାହରଣ : কাশী হিন্দুসকলৰ ধর্মীয় স্থান

ସମକକ୍ଷ : ক্ষেত্র, জেগা, ঠাই, থল, থান, ভূমি, স্থল, স্থান

ଅର୍ଥ : স্বায়ত্ব অঞ্চলৰ শাসনৰ দ্বাৰা সন্মিলিত হোৱা লোক-সমষ্টি ................???

ଉଦାହରଣ : ৰাজ্য আয়কৰ বৃদ্ধি কৰি দিলে

ସମକକ୍ଷ : ৰাজ্য