ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : এজন ৰজা বা ৰাণীৰ দ্বাৰা শাসিত অঞ্চল
ଉଦାହରଣ : মোগলকালীন যুগত ভাৰতবর্ষ সৰু-সৰু ্ৰাজ্যত বিভক্ত আছিল
ସମକକ୍ଷ : ৰাজ্য
ଅର୍ଥ : কোনো প্রদেশত বসবাস কৰা লোক
ଉଦାହରଣ : সমগ্র ৰাজ্য মুদ্রাস্ফীতিৰ কাৰণে বিবুধিত পৰিছে
ସମକକ୍ଷ : প্রান্ত, ৰাজ্য
ଅର୍ଥ : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র
ଉଦାହରଣ : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে
ସମକକ୍ଷ : দেশ, প্রান্তৰ, ৰাজ্য
ଅର୍ଥ : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
ଉଦାହରଣ : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
ସମକକ୍ଷ : ক্ষেত্র, জেগা, ঠাই, থল, থান, ভূমি, স্থল, স্থান
ଅର୍ଥ : স্বায়ত্ব অঞ্চলৰ শাসনৰ দ্বাৰা সন্মিলিত হোৱা লোক-সমষ্টি ................???
ଉଦାହରଣ : ৰাজ্য আয়কৰ বৃদ্ধি কৰি দিলে
ସଂସ୍ଥାପନ କରନ୍ତୁ