ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ প্রদীপ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

প্রদীপ   বিশেষ্য

ଅର୍ଥ : যি শক্তিৰ দ্বাৰা চকুৰে কোনো বস্তুৰ ৰূপ ধৰিব পাৰে

ଉଦାହରଣ : সূর্য উদয় ্ হোৱাৰ লগে লগে চাৰিওফালে পোহৰ বিয়পি পৰিল

ସମକକ୍ଷ : আভা, আলোক, জ্যোতি, দীপ্তি, দ্যুতি, পোহৰ, প্রকাশ, প্রদীপ্তি, প্রভা, বিভা

ଅର୍ଥ : পোহৰ কৰিবলৈ তেল আৰু শলিতা দি জ্বলোৱাৰ বাবে ব্যৱহাৰ কৰা পাত্র

ଉଦାହରଣ : গধূলি হোৱাৰ লগে-লগেই গাঁৱত চাকি জ্বলে

ସମକକ୍ଷ : চাকি, চাকি-বন্তি, চেৰাগ, দীপ, দীপক, দীপিকা, বন্তি, বাতি, লেম, লেম্প