ଅର୍ଥ : যি যশ লাভ কৰিছে
ଉଦାହରଣ :
মুন্সী প্রেমচান্দ হিন্দী সাহিত্যৰ এজন যশস্বী লেখক আছিল
ସମକକ୍ଷ : খ্যাতনামা, জনা-শুনা, নামকৰা, প্রথিতনামা, যশস্বান, যশস্বী, যশস্যাশালী, যশোধন নামজাদা, যশোমণ্ডিত, যশোৱন্ত, যশোৱান, সুবিদিত, স্বনামধন্য