ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ প্রত্যয় ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

প্রত্যয়   বিশেষ্য

ଅର୍ଥ : ব্যাকৰণত কোনো ধাতু বা প্রাতিপদিকৰ পিছত যোগত লগ হৈ নতুন অর্থযুক্ত শ্্ব্দ গঠন কৰা সর্গ

ଉଦାହରଣ : নমনীয়ৰ লগত তা প্রত্যয় যোগ কৰি নমনীয়তা বনোৱা হয়

ଅର୍ଥ : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা

ଉଦାହରଣ : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব

ସମକକ୍ଷ : আস্থা, প্রতীতি, বিশ্বাস, ভৰসা, সঁ্জাত, সঞ্জাত

ଅର୍ଥ : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব

ଉଦାହରଣ : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে

ସମକକ୍ଷ : আস্থা, প্রতীতি, বিশ্বাস, ভৰসা, সঁ্জাত, সঞ্জাত