ଅର୍ଥ : পুনৰ অহা বা ঘূৰি অহা কার্য
ଉଦାହରଣ :
প্রত্যাৱর্তনৰ সময়ত আমি বাৰাণসী হৈ আহিম
ଅର୍ଥ : উভতি অহা কার্য ্বা ভাব
ଉଦାହରଣ :
আজি শ্যাম গাঁৱৰ পৰা ঘূৰি অহা সম্ভৱ নহʼব
ସମକକ୍ଷ : উভতি অহা, ঘূৰি অহা, প্রত্যাগমন, ফিৰি অহা
ଅର୍ଥ : পুনৰাই অহা বা দ্বিতীয়বাৰ অহা কার্য
ଉଦାହରଣ :
অতিথিৰ পুনৰাগমনত গৃহস্থ হতবাক হʼল
ସମକକ୍ଷ : পুনৰাগমন, প্রত্যাগমন