ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি কোনো বস্তু যাচে বা যাচনা কৰা ব্যক্তি
ଉଦାହରଣ : যাচকজন খালী হাতেৰে পুনৰ উভতি গʼল
ସମକକ୍ଷ : খোজনিয়াৰ, খোজনীয়া, ভিখাৰী, মগনিয়াৰ, যাচক
ଅର୍ଥ : আশা ৰাখোতা
ଉଦାହରଣ : আশাবাদী ব্যক্তি কেতিয়াও নিৰাশ নহয়
ସଂସ୍ଥାପନ କରନ୍ତୁ