ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা
ଉଦାହରଣ : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব
ସମକକ୍ଷ : আস্থা, প্রত্যয়, বিশ্বাস, ভৰসা, সঁ্জাত, সঞ্জাত
ଅର୍ଥ : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ
ଉଦାହରଣ : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে
ସମକକ୍ଷ : অনুভাব, জ্ঞান, প্রজ্ঞা, প্রমা, পৰিজ্ঞান, বোধ, বোধি, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি
ଅର୍ଥ : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব
ଉଦାହରଣ : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে
ଅର୍ଥ : সামান্য মিল থকা
ଉଦାହରଣ : তেওঁৰ কবিতাত ছায়াবাদৰ আভাস দেখা যায়
ସମକକ୍ଷ : আভা, আভাস
ସଂସ୍ଥାପନ କରନ୍ତୁ