ଅର୍ଥ : যি প্রতিবিম্ব পৰাৰ কাৰণে দেখা যায়
ଉଦାହରଣ :
পূর্ণিমা ৰাতিত পানীত প্রতিবিম্বিত হোৱা চন্দ্রই মন মোহি নিয়ে
ସମକକ୍ଷ : প্রতিবিম্বিত
ଅର୍ଥ : ওলোটাই থোৱা বা পিছলৈ ঘূৰি থকা
ଉଦାହରଣ :
সূর্যৰ কিৰণবো প্রতিফলিত হৈ পৃথিৱীত বিয়পি পৰে