ଅର୍ଥ : প্রতিনিধি হোৱাৰ ভাৱ
ଉଦାହରଣ :
তেওঁ নিজৰ প্রতিনিধিত্বৰ দায়িত্ব ভালদৰে পালন কৰে
ଅର୍ଥ : প্রতিনিধি হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ :
এই সন্মিলনত ভাগ লোৱা আমাৰ সংস্থাৰ প্রতিনিধিত্ব এজন বিদ্বান লোকে কৰি আছে
ଅର୍ଥ : কাৰোবাৰ ফালৰ পৰা প্রতিনিধি বা এজেণ্ট হিচাপে কাম কৰা কার্য
ଉଦାହରଣ :
মই প্রতিনিধিত্ব কৰিব নোৱাৰো
ସମକକ୍ଷ : এজেঞ্চি