ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ প্রচাৰক ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

প্রচাৰক   বিশেষ্য

ଅର୍ଥ : কোনো সিদ্ধান্ত, মত বা বিচাৰক সংগঠিত ৰূপত প্রচাৰ কৰা ব্যক্তি

ଉଦାହରଣ : নি্র্বাচনৰ আগতে প্রচাৰকে গাঁৱৰ পৰিদর্শন কৰিছে

ଅର୍ଥ : কোনো কাম, বস্তু আদিৰ প্রচাৰ কৰোতা ব্যক্তি

ଉଦାହରଣ : কেইটামান অসামাজিক সংগঠনে এটা বিশেষ দলৰ সৈতে জড়িত থকা প্রচাৰকৰ ওপৰত আক্রমণ কৰিলে

প্রচাৰক   বিশেষণ

ଅର୍ଥ : ঘোষণা কৰোতা

ଉଦାହରଣ : আমি দুঃখিত যে ঘোষক ব্যক্তিৰ অনুপস্থিতিৰ কাৰণে সন্মিলনখনি সময়মতে আৰম্ভ কৰিব পৰা নগʼল

ସମକକ୍ଷ : ঘোষক

ଅର୍ଥ : প্রচাৰ কৰোতা

ଉଦାହରଣ : এজন প্রচাৰক নেতাই গাঁৱে-গাঁৱে ঘূৰি নিজৰ দলৰ প্রচাৰ কৰি আছে