ଅର୍ଥ : যি উন্নতিৰ পথত অগ্রগৰ হৈছে বা উন্নতি কৰিছে
ଉଦାହରଣ :
ভাৰত এখন প্রগতিশীল ৰাষ্ট্র
ସମକକ୍ଷ : অভ্যুত্থায়ী, উত্থানশীল, উন্নতশীল, উন্নতিকামী, উন্নতিশীল, উন্নয়নশীল, বিকাশশীল, ্ঊর্ধ্বগ্ামী
ଅର୍ଥ : প্রগতি কৰা লোক
ଉଦାହରଣ :
প্রগতিশীল লোকে সমস্যাৰ সৈতে যুঁজি যুঁজি প্রগতিৰ পথত অগ্রসৰ হয়
ସମକକ୍ଷ : প্রগতি কৰোতা, প্রগতিবাদী