ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস
ଉଦାହରଣ :
ସମକକ୍ଷ : অভ্যাস, আত্মভাব, গুণ, চৰিত্র, ধর্ম, ধাত, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ, স্বৰূপ
ଅର୍ଥ : বিভিন্ন ৰূপাত্মক জগতৰ বিকাশ সাধন কৰা সেই মূল শক্তি যাৰ ৰূপ দৃশ্য ৰূপত দেখা যায়
ଉଦାହରଣ : গছ কটাৰ কাৰণে প্রকৃতিৰ সন্তুলনত বিকাৰ ঘটিছে
ସମକକ୍ଷ : নি্সর্গ
ଅର୍ଥ : গছ-গছনি, পশু-পক্ষী, ্ পর্বত-্পাহাৰ আদিৰে ভৰি থকা প্রাকৃতিক দৃশ্যৰ পৃথিৱী
ଉଦାହରଣ : প্রকৃতিক অখণ্ড ৰূপত ৰাখিবৰ কাৰণে মজবুট পদক্ষেপ লোৱা উচিত
ସମକକ୍ଷ : নি্সর্গ, ্বাহ্যজগত
ଅର୍ଥ : বস্তু বা ব্যক্তিৰ নিজস্ব গুণ বা ধর্ম
ଉଦାହରଣ : তেওঁ ্ লাজুক স্বভাৱৰ
ସମକକ୍ଷ : চৰিত্র, মেজাজ, স্বভাৱ, স্বৰূপ
ସଂସ୍ଥାପନ କରନ୍ତୁ