ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিটো মিছা বা মনেসজা নহয়
ଉଦାହରଣ : তেওঁ ্ভাৰত মাতৃৰ সঁ্চা সন্তান
ସମକକ୍ଷ : সঁ্চা
ଅର୍ଥ : যি বিকৃত বা বেয়া হোৱা নাই
ଉଦାହରଣ : সীমাই নিজৰ অবিকৃত চিত্রখন মন দি চাই আছে
ସମକକ୍ଷ : অবিকৃত
ଅର୍ଥ : যিটো বাস্তৱত আছে বা হৈছে
ଉଦାହରଣ : মই এইমাত্র এটা অবিশ্বাস্য কিন্তু ্সঁ্চা ঘটনা শুনিলোঁ
ସମକକ୍ଷ : অকল্পিত, অকাল্পনিক, অস্তিত্বশীল, অস্তিমান, বাস্তৱ, বাস্তৱিক, যথার্থ, লৌকিক, সঁ্চা, সত্তাযুক্ত, সত্য, ্ পার্থিৱ
ସଂସ୍ଥାପନ କରନ୍ତୁ