ଅର୍ଥ : যাৰ ওপৰত প্রকাশ বা পোহৰ পৰিছে
ଉଦାହରଣ :
চন্দ্রগ্রহ সূর্য্যৰ পোহৰেৰে প্রকাশিত হয়
ସମକକ୍ଷ : আলোকিত
ଅର୍ଥ : যিটো ছপা মাধ্যমত মানুহৰ সন্মুখলৈ আহিছে
ଉଦାହରଣ :
শ্রীবাস্তৱদেৱে নিজৰ নতুনকৈ প্রকাশিত হোৱা কিতাপখনৰ এটা কপি মোক দিলে
ଅର୍ଥ : যি সকলোৰে সন্মুখত আছে বা সন্মুখলৈ আহিছে
ଉଦାହରଣ :
কথাটো প্রকাশিত হৈছে যেতিয়া ভয় কৰিবলগীয়া কি আছে
ସମକକ୍ଷ : আৱিভূত, প্রকটিত, প্রস্ফূটিত
ଅର୍ଥ : যিটো প্রকট কৰা হৈছে বা যাৰ অভিব্যঞ্জনা হৈছে
ଉଦାହରଣ :
প্রকাশিত ভাৱক লুকুওৱাৰ চেষ্টা কিয় কৰি আছা
ସମକକ୍ଷ : অভিব্যঞ্জিত, প্রকটিত, ব্যক্ত