ଅର୍ଥ : কোনো বস্তুৰ চাৰিভাগৰ এভাগ
ଉଦାହରଣ :
ইয়াৰ ওজন এপোৱা
ସମକକ୍ଷ : এক চতুর্থাংশ, এপোৱা, পঁচিশ শতাংশ, ২৫ শতাংশ
ଅର୍ଥ : সমান অৱস্থাত উপনীত হোৱা অৱস্থা
ଉଦାହରଣ :
তুমি নিজৰ ককাইদেউৰ বিদ্বানতা কেতিয়াও নোপোৱা
ଅର୍ଥ : কোনা প্রতিযোগিতা, পৰীক্ষা আদিত কোনো মূল্যাঙ্কন, স্থান আদি লাভ কৰা
ଉଦାହରଣ :
এই খেলত মই প্রথম স্থান লাভ কৰিলোঁ
ସମକକ୍ଷ : লাভ কৰা
ଅର୍ଥ : কোনো পদ, স্থান আদিলৈকে আহি পোৱা
ଉଦାହରଣ :
নিজৰ কষ্টৰ বলত ্তেওঁ ই্মানখিনিলৈকে পালেহি
ଅର୍ଥ : কোনো খবৰ ৰখা বা বুজি পোৱাত সমর্থ ্হোৱা
ଉଦାହରଣ :
অন্ততঃ মই এই সিদ্ধান্তত পালোঁহি
ସମକକ୍ଷ : উপনীত হোৱা
ଅର୍ଥ : প্রাপ্ত হোৱা বা পোৱা কার্য
ଉଦାହରଣ :
তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই মই বহুত ধন লাভ কৰিলো
ସମକକ୍ଷ : প্রাপ্তি ঘটা, লাভ কৰা
ଅର୍ଥ : পৰি থকা বস্তু উঠোৱা
ଉଦାହରଣ :
আজি মহাবিদ্যালয়ৰ প্রাংগনত মই এটা ঘড়ী পালো
ଅର୍ଥ : ভেটা-ভেটি হোৱা বা সাক্ষাৎ হোৱা
ଉଦାହରଣ :
আজি মই ্ শর্মাৰ ঘৰলৈ গৈছিলো, কিন্তু তেওঁক ্ লগ নাপালো
ସମକକ୍ଷ : ভেটা-ভেটি হোৱা, মুখা-মুখি হোৱা, লগ পোৱা, সাক্ষাৎ লাভ কৰা
ଅର୍ଥ : এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা:সি বজাৰৰ পৰা আহিল ্ তেওঁ ্ এইমাত্র উপস্থিত হʼল
ଉଦାହରଣ :
ସମକକ୍ଷ : অহা, আগমন কৰা, উপস্থিত হোৱা
ଅର୍ଥ : কোনো এক অৱস্থাৰ পৰা অন্য কোনো এক অৱস্থাত উপনীত হোৱা কার্য
ଉଦାହରଣ :
ৰহীম খুৰা মৃত্যুৰ দুৱাৰদলিত আহি পাইছেহি
ସମକକ୍ଷ : উপনীত হোৱা
ଅର୍ଥ : কোনো বিষয়ত কাৰোবাৰ সমান সমান কৰা
ଉଦାହରଣ :
মোৰ দেউতাই মোক পঢ়াই-শুনাই ইয়ালৈকে পোৱালেহি
ଅର୍ଥ : চাৰিভাগৰ এক অংশ
ଉଦାହରଣ :
তেওঁ ্দোকানৰ পৰা এক পোৱা ঘিঁউ কিনিলে
ଅର୍ଥ : নিৰ্দিষ্ট স্থানত উপনীত কৰা
ଉଦାହରଣ :
পোৱা সামগ্ৰীখিনিৰ তালিকা কʼত আছে