ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পোতা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পোতা   ক্ৰিয়া

ଅର୍ଥ : খালী ঠাই আদি পূর্ণ কৰিবলৈ কোনো বস্তু আদি ঢলা কার্য

ଉଦାହରଣ : শ্রমিকসকলে ৰাস্তাৰ কাষৰ গাঁত পুতিছে

ସମକକ୍ଷ : পূৰোৱা, ভর্তি কৰা, ভৰোৱা

ଅର୍ଥ : দীঘল বস্তু আদিৰ গুৰি অংশ বা কোনো এটা মূৰ কোনো গাঁতত থিয় কৰা কার্য

ଉଦାହରଣ : খেতিয়কে গৰুবোৰ বান্ধিবৰ কাৰণে খুটি পুতি আছে

ସମକକ୍ଷ : পুতি থকা

ଅର୍ଥ : গাঁত খান্দিলৈ তাত কোনো বস্তু ৰাখি মাটিৰে ঢাকি দিয়া কার্য

ଉଦାହରଣ : ইছলাম ধর্মত শৱ ্পোতা হয়