ଅର୍ଥ : ককাদেউতাৰ সময়ৰ পৰা চলি অহা বা ককাদেউতাৰ পৰা পোৱা
ଉଦାହରଣ :
তেওঁ নিজৰ পৈতৃক সম্পত্তি দুখীয়াৰ মাজত ভগাই দিলে
ଅର୍ଥ : যিটো কোনো বংশত একেৰাহে হৈ আহিছে আৰু যাৰ আগতেও সেই বংশত হৈছিল বা পিছলৈকো হৈ থকাৰ সম্ভাৱনা আছে
ଉଦାହରଣ :
তেওঁ বংশগত ্ৰোগত ভুগিছে
ସମକକ୍ଷ : আনুবংশিক, বংশগত, বংশানুক্রমিক
ଅର୍ଥ : পিতা সম্বন্ধীয়
ଉଦାହରଣ :
আমি পৈতৃক সম্পত্তি দান কৰি দিলোঁ