ଅର୍ଥ : ধন, টকা-পইচা আদি ৰাখিব পৰা লোহাৰ সৰু আলমাৰী
ଉଦାହରଣ :
তেওঁ নিজৰ টকা-পইচা চন্দুকত ৰাখে
ସମକକ୍ଷ : চন্দুক
ଅର୍ଥ : দুটা গধুৰ বস্তুৰ মাজত কোনো তৃতীয় বস্তু ভৰাই চেপিলে তাৰ পৰা ৰস ওলোৱা কার্য ্বা শালত চেপি ৰস বা গুটি উলিওৱা
ଉଦାହରଣ :
কুঁহিয়াৰৰ ৰস উলিয়াবৰ কাৰণে তাক পেৰা হয়