ଅର୍ଥ : প্রবাহক হেলনীয়াৰ ফালে লৈ যোৱা
ଉଦାହରଣ :
বান্ধৰ পানী নলাত পেলোৱা হয়
ଅର୍ଥ : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা
ଉଦାହରଣ :
ডাষ্টবিনত জাবৰ পেলোৱা হয়
ସମକକ୍ଷ : দলিওৱা, দলিয়া, নিক্ষেপ কৰা
ଅର୍ଥ : কোনো অন্যৰ দ্বাৰা পেলা
ଉଦାହରଣ :
সম্পত্তি পাবৰ বাবে দুষ্ট পুতেকে নিজৰ দেউতাকক ছাদৰ পৰা পেলোৱালে
ଅର୍ଥ : অসাৱধানতা বা ভুলবশতঃ কোনো বস্তু কʼৰবাত এৰা বা পেলাই দিয়া
ଉଦାହରଣ :
কʼব নোৱাৰো ৰমেশে কʼতনো চাৰিশ টকা পেলাই দিলে
ସମକକ୍ଷ : পেলাই দিয়া