ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পেলাই দিয়া ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পেলাই দিয়া   ক্ৰিয়া

ଅର୍ଥ : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া

ଉଦାହରଣ : আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল

ସମକକ୍ଷ : দলিওৱা, নিক্ষেপ কৰা, ভৰোৱা

ଅର୍ଥ : কোনোবা সৰি পৰাত প্রবৃত্ত কৰা

ଉଦାହରଣ : তেওঁ ্ঢকা মাৰি মোক পেলালে

ସମକକ୍ଷ : পেলোৱা

ଅର୍ଥ : কোনো বস্তু তললৈ পেলোৱা কার্য

ଉଦାହରଣ : লʼৰাটোৱে গাখীৰখিনি

ଅର୍ଥ : অসাৱধানতা বা ভুলবশতঃ কোনো বস্তু কʼৰবাত এৰা বা পেলাই দিয়া

ଉଦାହରଣ : কʼব নোৱাৰো ৰমেশে কʼতনো চাৰিশ টকা পেলাই দিলে

ସମକକ୍ଷ : পেলোৱা