ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পেটুৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পেটুৱা   বিশেষ্য

ଅର୍ଥ : বহুত খাব পৰা ব্যক্তি

ଉଦାହରଣ : ৰামানন্দ বৰ খাইকহ, সি এবাৰত বহুত ভাত খাব পাৰে

ସମକକ୍ଷ : খাইকহ, জীয়াভূত, ৰাক্ষহ

পেটুৱা   বিশেষণ

ଅର୍ଥ : ডাঙৰ পেটযুক্ত

ଉଦାହରଣ : পেটুৱা সকলে নিয়মিত ব্যায়াম কৰিব লাগে

ଅର୍ଥ : খাদ্য বা পানীয় আদি বেছিকৈ খোৱাৰ ৰুচি থকা লোক

ଉଦାହରଣ : খোৱাৰ বাবত ইমান সময় দিয়াটো আপোনাৰ দৰে খকুৱা ব্যক্তিৰ কাৰণেহে সম্ভৱ

ସମକକ୍ଷ : অতিভোজী, ঔদৰিক, খকুৱা