ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পেট ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পেট   বিশেষ্য

ଅର୍ଥ : কোনো বস্তুৰ মধ্য ভাগ

ଉଦାହରଣ : গুল্লীৰ পেটটো মোটা আৰু মূৰ দুটা জোঙা

ଅର୍ଥ : ভোজন কৰা পদার্থ পেটৰ ভিতৰত একগোট হৈ থকা মোনাৰ দৰে অংশ

ଉଦାହରଣ : অধিক মছলাযুক্ত আহাৰ খালে পেটৰ গণ্ডগোল হʼব পাৰে

ସମକକ୍ଷ : আমাশয়, উদৰ

ଅର୍ଥ : ভোজনৰ উপভোক্তা বুলি মনা ব্যক্তি

ଉଦାହରଣ : মই সাতটা পেটক ভৰাব লাগে

ସମକକ୍ଷ : মুখ

ଅର୍ଥ : প্রাণীয়ে অনুভব, ইচ্ছা, সংকল্প-বিকল্প সিদ্ধান্ত কৰিব পৰা শক্তি

ଉଦାହରଣ : মনৰ চঞ্চলতা দূৰ কৰিব পৰাটো অতি কঠিন কাম

ସମକକ୍ଷ : চিত্ত, মগজু, মন, মানস

ଅର୍ଥ : শৰীৰৰ বুকুৰ তলৰ অংশ বা ভাগ:তিনি দিন খোৱা-বোৱা নকৰাত তেওঁৰ পেট-পিঠি সমান হৈ আছিল

ଉଦାହରଣ :

ସମକକ୍ଷ : উদৰ, গর্ভ, জঠৰ

ଅର୍ଥ : ফুলি থকা পেটৰ আগবাঢ়ি থকা অংশ

ଉଦାହରଣ : নিয়মিত ব্যায়াম কৰিলে পেট নোলায়

ସମକକ୍ଷ : উদৰ