ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি ব্যক্তিৰ এটা ভৰি অকামিলা হৈ গʼল বা ভাগি গʼল
ଉଦାହରଣ : লেঙেৰাজনে পেঙৰ সহায়ত খোজ কাঢ়িবলৈ চেষ্টা কৰি আছে
ସମକକ୍ଷ : খোৰা, লেঙেৰা
ଅର୍ଥ : যাৰ কোনো অংগ নাই
ଉଦାହରଣ : ৰেলত এখন ভৰি কটা যোৱাৰ কাৰণে শ্যাম পংগু হৈ পৰিল
ସମକକ୍ଷ : অংগহীন, অপাংগ, অপাঙ্গ, পংগু, পঙ্গু
ସଂସ୍ଥାପନ କରନ୍ତୁ