ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পৃষ্ঠভূমি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পৃষ্ঠভূমি   বিশেষ্য

ଅର୍ଥ : পূর্বৰ ্কোনো ঘটনা বা পৰিস্থিতি যাৰ আগত বা সন্মুখত কোনো বিশেষ কথা বা ঘটনা থাকে আৰু যাৰ লগত মিলালে সেই কথা বা ঘটনাৰ ৰূপ স্পষ্ট হয়

ଉଦାହରଣ : এই ঘটনাৰ পৃষ্ঠভূমিও কʼব, তেতিয়াহে আমি কিবা বুজিব পাৰিম

ଅର୍ଥ : কোনো বস্তুৰ পৃষ্ঠত বা পিছফালে থকা ভূমি বা তল

ଉଦାହରଣ : এই চিত্রখনৰ সেউজীয়া পৃষ্ঠভূমিখনবৰ মনোমোহা হৈছে

ସମକକ୍ଷ : পৃষ্ঠ-ভূমি

ଅର୍ଥ : কোনো ব্যক্তিৰ পূর্বৰ অনুভৱ, শিক্ষা আদি

ଉଦାହରଣ : এই কামৰ বাবে আপোনাৰ পৃষ্ঠভূমি বৰ মজবুত

ଅର୍ଥ : অংকিত দৃশ্য, ঘটনা আদিৰ এক আশ্রয় বা আধাৰ

ଉଦାହରଣ : এই চিনেমাখন পাৰিবাৰিক পটভূমিত বনোৱা হৈছে

ସମକକ୍ଷ : পটভূমি, পৃষ্ঠ-ভূমি

ଅର୍ଥ : মূর্তি অথবা ছবিৰ সকলোতকৈ পিছত থকা অংশ যি অংকিত দৃশ্যৰ ঘটনাৰাজি বোধ্যগম্য হোৱাত সহায়ক হয়

ଉଦାହରଣ : এই চিত্রখনৰ পৃষ্ঠভূমি অতি সুন্দৰ হৈছে

ସମକକ୍ଷ : পশ্চাদপট