ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পৃথিৱী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পৃথিৱী   বিশেষ্য

ଅର୍ଥ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো

ଉଦାହରଣ : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব

ସମକକ୍ଷ : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি

ଅର୍ଥ : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ

ଉଦାହରଣ : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে

ସମକକ୍ଷ : ইহজগত, জগত, জীৱলোক, ধৰণী, ধৰা, ধৰিত্রী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী

ଅର୍ଥ : কোনো বস্তুৰ স্বৰূপ নির্ণয় কৰিব পৰা কাৰোবাৰ অনুভূতি

ଉଦାହରଣ : তেওঁ নিজৰেই পৃথিৱীত বিভোৰ হৈ আছে

ସମକକ୍ଷ : দুনিয়া

ଅର୍ଥ : হিন্দু ধর্মগ্রন্থত বর্ণিত গোটেই সংসাৰক ধাৰণ কৰি থকা এগৰাকী দেৱী

ଉଦାହରଣ : ধর্মগ্রন্থত ধৰিত্রীক ভগৱান বিষ্ণুৰ পত্নী বুলি কোৱা হৈছে

ସମକକ୍ଷ : অদিতি, ধৰিত্রী, ধৰিত্রী আই, ধৰিত্রী মাতা, বসুন্ধৰা