ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : প্রথমে কোৱা
ଉଦାହରଣ : মন্ত্রী মহোদয়ে নিজৰ পূর্বোক্ত ভাষণত কোৱা বক্তব্যৰ খণ্ডন কৰিলে
ସମକକ୍ଷ : পূর্বকথিত
ଅର୍ଥ : যাৰ উল্লেখ ওপৰত বা প্রথমতেই কৰা হৈছে
ଉଦାହରଣ : উপৰোক্ত দোহাফাকি ৰামচৰিত মানসৰ পৰা অৱতাৰণা কৰা হৈছে
ସମକକ୍ଷ : উপর্যুক্ত, উপৰিলিখিত, উপৰোক্ত, উল্লিখিত
ସଂସ୍ଥାପନ କରନ୍ତୁ