ଅର୍ଥ : সংকেত বা অনুমানেৰে কোনো বিষয় সম্বন্ধে কোৱা কার্য
ଉଦାହରଣ :
অলপতে হোৱা প্রাকৃতিক ঘটনাৰ পূর্বানুমান কিছুমান বিশেষজ্ঞই আগতেই কৰিছিল
ଅର୍ଥ : প্রথমৰ পৰাই কৰা হোৱা অনুমান
ଉଦାହରଣ :
এই বছৰ ভাল বৰষুণ হʼব বুলি পূর্বানুমান কৰা হৈছিল