ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পুৰাতত্ত্ব ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পুৰাতত্ত্ব   বিশেষ্য

ଅର୍ଥ : প্রধানভাৱে ইতিহাসৰ পূর্ব্্কালৰ বস্তুৰ আধাৰত পুৰণি অজ্ঞাত ইতিহাসৰ সম্ভেদ বিচৰা এক বিজ্ঞানসন্মত বিদ্যা

ଉଦାହରଣ : সীমা পুৰাতত্ত্বৰ এগৰাকী ছাত্রী

ସମକକ୍ଷ : পুৰাবিদ্যা, পুৰাশাস্ত্র, প্রত্ন-বিজ্ঞান

ଅର୍ଥ : যি বিজ্ঞানত প্রাচীন কালৰ বস্তুবোৰৰ আধাৰত পুৰণি অজ্ঞাত ইতিহাসৰ অন্বেষণ কৰা হয়

ଉଦାହରଣ : পুৰাতত্ত্বত নিত্য নতুন অন্বেষণ হৈ আছে

ସମକକ୍ଷ : পুৰাতত্ত্ব বিজ্ঞান

ଅର୍ଥ : প্রাচীন কালৰ কথা

ଉଦାହରଣ : পুৰা কথাই প্রাচীন কালৰ কথাৰ

ସମକକ୍ଷ : অতীতবৃত্তান্ত, ইতিকথা, ইতিবৃত্ত, পুৰা কথা, পুৰাখ্যান, পুৰাবৃত্ত