ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পুৰস্কাৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পুৰস্কাৰ   বিশেষ্য

ଅର୍ଥ : সন্তুষ্ট হৈ কাৰোবাক কোনো বস্তু বা দ্রৱ্য দিয়া

ଉଦାହରଣ : ৰজাই নর্তকীক মনে-বিচৰা বকচিচ দিলে

ସମକକ୍ଷ : ইনাম, পাৰিতোষিক, বকচিচ

ଅର୍ଥ : কোনো কামৰ স্বীকৃতি স্বৰূপে দিয়া সন্মান বা বস্তু আদি

ଉଦାହରଣ : স্বাধীনতা দিৱস উপলক্ষে সকলো বিদ্যালয়তে পুৰস্কাৰ দিয়া হয়

ସମକକ୍ଷ : ইনাম, বঁট্া

পুৰস্কাৰ   বিশেষণ

ଅର୍ଥ : বঁ্টা-বাহন সম্বন্ধীয়

ଉଦାହରଣ : মই পুৰস্কাৰৰ ধনখিনি আজি ্পর্যন্ত নাপালোঁ