ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পুৰণিকলীয়া ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পুৰণিকলীয়া   বিশেষণ

ଅର୍ଥ : যিটো প্রচলিত নহয়

ଉଦାହରଣ : তুমি সদায় অপ্রচলিত সাজ-পোছাকেই কিয় পিন্ধা ?

ସମକକ୍ଷ : অপ্রচলিত, অব্যৱহৃত, নচলা, পুৰাতন, প্রচলনহীন

ଅର୍ଥ : বর্তম্ান সময়তকৈ আগৰ বা যিটো বহুদিন আগৰ

ଉଦାହରଣ : তেওঁ পুৰণি সভ্যতাৰ ওপৰত অধ্যয়ন কৰি আছে

ସମକକ୍ଷ : অতীত, অনেক-কলীয়া, আগৰ কালৰ, আগৰ দিনৰ, গত, পুৰণা, পুৰণি, পুৰণি কালৰ, পুৰাতন, পুৰাতনীয়া, পূর্বক্ালীন, পূর্বক্ালৰ, প্রাচীন, প্রাচীন কালৰ, বহুকলীয়া, বহুদিনীয়া, বিগত, যাত, সাতামপুৰুষীয়া

ଅର୍ଥ : পাৰ হৈ যোৱা সময়ৰ সৈতে সম্বন্ধিত

ଉଦାହରଣ : পুৰণিকলীয়া কাজিয়া-পেচালবোৰ পাহৰি আমি বন্ধুত্বৰ হাত আগবঢ়োৱা উচিত

ସମକକ୍ଷ : অতীত কালীন, পূর্বক্ালীন, ভূতকালীন