ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পুৰণি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পুৰণি   বিশেষণ

ଅର୍ଥ : যিটো বনোৱা বা হোৱাৰ বহুত দিন হৈ গʼল

ଉଦାହରଣ : এই সংগ্রহালয়টোত বহুত ধৰণৰ পুৰণি বস্তুৰ সংগ্রহ আছে প্রাচীনকালত ভাৰত বিশ্ব শিক্ষাৰ কেন্দ্র আছিল

ସମକକ୍ଷ : আদিম, পুৰণা, পুৰাকালীন, পুৰাতন, প্রাক্-কালীন, প্রাচীন

ଅର୍ଥ : সময় বা ক্রমৰ দৃষ্টিৰে আগৰ সময়ৰ বা ক্রমৰ

ଉଦାହରଣ : পুৰণি ্ভাৰতবর্ষ আৰু আজিৰ ভাৰতবর্ষৰ ্মাজত ভালেখিনি পার্থক্য আছে

ସମକକ୍ଷ : আগৰ, পূর্বৰ, প্রথমৰ

ଅର୍ଥ : বর্তম্ান সময়তকৈ আগৰ বা যিটো বহুদিন আগৰ

ଉଦାହରଣ : তেওঁ পুৰণি সভ্যতাৰ ওপৰত অধ্যয়ন কৰি আছে

ସମକକ୍ଷ : অতীত, অনেক-কলীয়া, আগৰ কালৰ, আগৰ দিনৰ, গত, পুৰণা, পুৰণি কালৰ, পুৰণিকলীয়া, পুৰাতন, পুৰাতনীয়া, পূর্বক্ালীন, পূর্বক্ালৰ, প্রাচীন, প্রাচীন কালৰ, বহুকলীয়া, বহুদিনীয়া, বিগত, যাত, সাতামপুৰুষীয়া

ଅର୍ଥ : যিটো পাৰ হৈ গৈছে

ଉଦାହରଣ : অতীত কালত নালন্দা বিশ্ব শিক্ষাৰ কেন্দ্র আছিল

ସମକକ୍ଷ : অতীত, গত, ভূত