ଅର୍ଥ : কোনো পদৰ প্ৰথম অংশৰ পৰা কিছুমান বাক্য তাৰ পিছৰ ভাগত অৰ্থ স্পষ্ট কৰিবৰ কাৰণে অনা কাৰ্য
ଉଦାହରଣ :
এই কবিতাটোত ভালেমান ঠাইত পুনৰাবৃত্তি হৈছে
ଅର୍ଥ : বাৰে-বাৰে কৰা কোনো কামৰ অভ্যাস
ଉଦାହରଣ :
এই বাক্যত ৰাম শ্্ব্দৰ পুনৰাবৃত্তি তিনিবাৰ হৈছে
ସମକକ୍ଷ : আবৃত্তি
ଅର୍ଥ : কোনো স্থানত কোনো নিয়ম বাৰে-বাৰে লগোৱা কার্য
ଉଦାହରଣ :
ইয়াৰ পুনৰাবৃত্তি আৱশ্যক নহয়
ଅର୍ଥ : কাৰোবাক কোৱা কোনো কথা পুনৰ দোহৰা কাৰ্য
ଉଦାହରଣ :
মাকৰ মুখৰ পৰা শিশুৰ পুনৰাবৃত্তি শুনি তেওঁ হাঁহি দিলে
ସମକକ୍ଷ : পুনৰকথন