ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পুতলা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পুতলা   বিশেষ্য

ଅର୍ଥ : সৰু লʼৰা-ছোৱালীয় খেলিবৰ কাৰণে কাপোৰ প্লাষ্টিক আদিৰে মানুহৰ আকৃতিৰ নিচিনাকৈ সজা খেলা সামগ্রী

ଉଦାହରଣ : শিশুৱে পুতলা লৈ খেলি আছে

ସମକକ୍ଷ : পুতলি, পুত্তলিকা

ଅର୍ଥ : খেলাৰ কাৰণে বনোৱা বস্তু

ଉଦାହରଣ : লʼৰা-ছোৱালীবোৰে পুতলাৰে খেলি আছে

ସମକକ୍ଷ : ক্রীড়নক, খেলনা

ଅର୍ଥ : লʼৰা-ছোৱালীয়ে খেলিবৰ কাৰণে সাজি লোৱা কাপোৰ, কাগজ আদিৰ বস্তু

ଉଦାହରଣ : দেউতাই পৱনৰ কাৰণে এটা পুতলা কিনিলে

ସମକକ୍ଷ : খেলনা

ଅର୍ଥ : কাঠ, খেৰ, কাপোৰ আদিৰে বনোৱা মানুহ আকৃতিৰ বস্তু বিশেষ

ଉଦାହରଣ : দছেৰাৰ দিনা ৰাৱণৰ পুত্তলিকা দাহ কৰা হয়

ସମକକ୍ଷ : পুত্তলিকা