ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পিটা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পিটা   ক্ৰিয়া

ଅର୍ଥ : হাত ভৰি আদিৰে একেৰাহে মাৰি থকা

ଉଦାହରଣ : পুলিচে চোৰটোক খুব পিটিলে

ସମକକ୍ଷ : পিতন দিয়া

ଅର୍ଥ : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা

ଉଦାହରଣ : পুলিচে চোৰটোক লাঠিৰে মাৰিছে

ସମକକ୍ଷ : কোবোৱা, ধুলাই দিয়া, পিটন দিয়া, প্রহাৰ কৰা, মৰা

ଅର୍ଥ : মৰিয়াই কোনো বস্তুক চেপেটা কৰা

ଉଦାହରଣ : কমাৰে লোহাৰ সঁজুলি বনোৱাৰ সময়ত জুইত লোহা গৰম কৰি পিটে