ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পিছত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পিছত   বিশেষ্য

ଅର୍ଥ : কোনো বস্তু আদিৰ পিছৰ অংশ

ଉଦାହରଣ : সন্ত্রাসবাদী ঘৰটোৰ পিছফালে লুকাই আছিল

ସମକକ୍ଷ : পশ্চভাগ, পিছফাল

পিছত   ক্ৰিয়া বিশেষণ

ଅର୍ଥ : উল্লেখ কৰা বা নির্দিষ্ট হৈ থকা কোনো সময় পাৰ হৈ যোৱা সময়ছোৱা:এই কামটো কৰাৰ পিছতহে মই ঘৰলৈ যাম

ଉଦାହରଣ :

ସମକକ୍ଷ : অৱশেষত, পৰবর্তী, পৰিশেষত, শেষকালত, শেষত

ଅର୍ଥ : সময়, দূৰত্ব আদিত পিছৰ ফালে

ଉଦାହରଣ : আমি বিকাশৰ ক্ষেত্রত আমেৰিকাতকৈ ভালেখিনি পিছত আছো

ଅର୍ଥ : কিহবাৰ সন্দর্ভত (্কার্য আদিক পৰিণতি দিয়াৰ)

ଉଦାହରଣ : এই হত্যাৰ পিছত কাৰ হাত থাকিব পাৰে