ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তু খুন্দি গুৰি কৰা কার্য
ଉଦାହରଣ : পিচাৰ কাৰণে ৰাখি থোৱা শস্যবোৰ বৰষুণত তিতিল
ଅର୍ଥ : কোনো বস্তুক পিহি গুড়ি কৰা
ଉଦାହରଣ : তেওঁ ঘেঁহু পিচি আছে
ସମକକ୍ଷ : পিহা
ଅର୍ଥ : কুটা বা পিচি গুৰি কৰা কাৰ্য
ଉଦାହରଣ : মছলা পিচা হʼল
ସମକକ୍ଷ : গুৰি কৰা, বটা
ଅର୍ଥ : পানীৰ সহায়েৰে মোহাৰি মিহি কৰা
ଉଦାହରଣ : তেওঁ শিলত মছলা পিচিছে
ସମକକ୍ଷ : বটা
ସଂସ୍ଥାପନ କରନ୍ତୁ