ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পাৰিতোষিক ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পাৰিতোষিক   বিশেষ্য

ଅର୍ଥ : সন্তুষ্ট হৈ কাৰোবাক কোনো বস্তু বা দ্রৱ্য দিয়া

ଉଦାହରଣ : ৰজাই নর্তকীক মনে-বিচৰা বকচিচ দিলে

ସମକକ୍ଷ : ইনাম, পুৰস্কাৰ, বকচিচ

ଅର୍ଥ : কাৰোবাক কিবা দি নিজৰ ফলীয়া কৰা কাৰ্য

ଉଦାହରଣ : বিনা পাৰিতোষিকেৰে চৰকাৰী কাৰ্যালয়ত কোনো কাম নহয়

ସମକକ୍ଷ : উপঢৌকন, ভেটি

ଅର୍ଥ : কর্ম্্চাৰীসকলক ্তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবদ দিয়া ভাট্টা বিশেষ

ଉଦାହରଣ : দেউতাই পাৰিতোষিকৰ ধনেৰে এটা নতুন ঘৰ কিনিলে

ସମକକ୍ଷ : গ্রেচুইটি, বকচিচ