ଅର୍ଥ : মৃত্যু হোৱা বা শৰীৰৰ পৰা প্রাণবায়ু ওলোৱা কার্য
ଉଦାହରଣ :
দুর্ঘ্্টনাগ্রস্ত মানুহজন আজি পুৱাই মৰি থাকিল
ସମକକ୍ଷ : অনন্তধামলৈ গতি কৰা, আয়ু বেলি মাৰ যোৱা, ইহলীলা সম্বৰণ কৰা, কাল হোৱা, চকু মুদা, চাউল উকলা, জীৱ বাজ হোৱা, জীৱ যোৱা, জীৱন বন্তি নুমাই যোৱা, ঢুকোৱা, দেহা পেলোৱা, দেহান্তৰ ঘটা, ধাতু বাজ হোৱা, প্রাণ যোৱা, পৰপাৰলৈ গতি কৰা, পৰপাৰলৈ গমন কৰা, পৰলোকগামী হোৱা, বৈকুণ্ঠগামী হোৱা, মুক্তি লাভ কৰা, মৃত্যু হোৱা, মোক্ষ লাভ কৰা, মৰা, শেষ নিশ্বাস ত্যাগ কৰা, শেষ নিশ্বাস লোৱা, সিপাৰ হোৱা, সিফলীয়া হোৱা, স্বর্গগ্ামী হোৱা, স্বর্গী হোৱা, সৰকা, হাড় পেলোৱা
ଅର୍ଥ : কোনো ঠাইৰ মাজেৰে অহা-যোৱা কৰা কার্য
ଉଦାହରଣ :
মই সেই গলিটোৰে পাৰহৈ থাকোতেই তেওঁ ্মোক দেখা পালে
ଅର୍ଥ : * কোনো প্রক্রিয়াৰ বা প্রণালীৰ অনুসৰণ কৰা বা কোনো পথ গ্রহণ কৰা
ଉଦାହରଣ :
এই খবৰটো আপোনাৰ দ্বাৰা গম পোৱা গʼল তেওঁ বহুত সমস্যাৰ মাজেৰে পাৰ হৈছে
ସମକକ୍ଷ : গম পোৱা
ଅର୍ଥ : পাৰ কৰা
ଉଦାହରଣ :
বৰ কষ্ট কৰি মই পাৰ হʼব পাৰিলোঁ