ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পাৰ কৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পাৰ কৰা   ক্ৰিয়া

ଅର୍ଥ : পাৰত লগোৱা

ଉଦାହରଣ : নাবিকে তিনি ঘণ্টাত নদী পাৰ কৰিলে

ଅର୍ଥ : নি্র্বাহ কৰা বা অতিবাহিত কৰা

ଉଦାହରଣ : তেওঁ নিজৰ শৈশৱকাল বৰ দীনতাত অতিবাহিত কৰিলে

ସମକକ୍ଷ : অতিবাহিত কৰা, কটোৱা, নি্র্বাহ কৰা

ଅର୍ଥ : কিহবাৰ আগলৈ আগবঢ়াই লৈ যোৱা

ଉଦାହରଣ : ড্রাইভাৰে কাৰখন ট্রাকখনতকৈ আগুৱাই নিলে

ସମକକ୍ଷ : আগবঢ়োৱা

ଅର୍ଥ : পাৰ হোৱা বা ব্যতিত হোৱা

ଉଦାହରଣ : মাদাৰ টেৰেছাই তেওঁৰ ্গোটেই জীৱন মানৱ সেৱাত অতিবাহিত কৰিছিল

ସମକକ୍ଷ : অতিবাহিত কৰা, কটোৱা