ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : জীৱই গুহ্যদ্বাৰেৰে ত্যাগ কৰা বর্জিত পদার্থ
ଉଦାହରଣ : গাহৰিয়ে গুও খায়
ସମକକ୍ଷ : অষ্ঠীলা, গু, পুৰীষ, বিষ্ঠা, মল, শৌচ
ଅର୍ଥ : মল ত্যাগ কৰিবৰ কাৰণে সজা ঘৰ বা স্থান
ଉଦାହରଣ : সুলভ শৌচালয় সাধাৰণ ৰাইজৰ সুবিধাৰ কাৰণে সজা হৈছে
ସମକକ୍ଷ : লেট্রিন, শৌচাগাৰ, শৌচালয়
ସଂସ୍ଥାପନ କରନ୍ତୁ