ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কাৰোবাৰ চক্রান্তত পৰা কার্য
ଉଦାହରଣ : ভণ্ড পণ্ডিতৰ পাল্লাত পৰি সোহনে নিজৰ হাজাৰ টকা পানীত পেলালে
ସମକକ୍ଷ : ফন্দি, ফান্দ
ଅର୍ଥ : খিৰিকি বা দর্জা আদিত লগোৱা কাঠ আদিৰ অংশ যাক চৌকাঠত লগাই খোলা-মেলা কৰা হয়
ଉଦାହରଣ : আন্ধাৰৰ কাৰণে খিৰিকিৰ পাল্লাখন খুলি দিয়া হৈছে
ସମକକ୍ଷ : কপাট
ଅର୍ଥ : তর্জুৰ ্পাল্লা
ଉଦାହରଣ : তেওঁ ওজন কৰিবৰ কাৰণে তর্জুৰ এখন পাল্লাত দগা ৰাখি আনখনত বস্তু ৰাখিলে
ସମକକ୍ଷ : পালা
ସଂସ୍ଥାପନ କରନ୍ତୁ