ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : এটা প্রাচীন ভাৰতীয় ভাষা
ଉଦାହରଣ : বৌদ্ধসকলৰ ধর্মগ্রন্থখন ্পালিত লিখা
ସମକକ୍ଷ : পালি ভাষা
ଅର୍ଥ : এবাৰত খোৱা ঔষধৰ এক জোখ
ଉଦାହରଣ : দুপালি ঔষধ খোৱা স্বত্বেও জ্বৰ কমা নাই
ସମକକ୍ଷ : ডʼজ, ডোজ, মাত্রা
ଅର୍ଥ : যিজন কোনো কাম কৰিবৰ কাৰণে সহায়ক স্বৰূপ হয়
ଉଦାହରଣ : সহযোগীৰ অবিহনে এই কামটো সম্পূর্ণ নহʼব
ସମକକ୍ଷ : উপসহায়ক, সহযোগী, সহায়ক
ସଂସ୍ଥାପନ କରନ୍ତୁ