ଅର୍ଥ : কোনো শাৰী বা ক্রমৰ আগত বা পিছত অহা সুযোগ
ଉଦାହରଣ :
শিৱৰাত্রিৰ দিনা শিৱ মন্দিৰ ্দর্শনৰ ্কাৰণে আধাঘণ্টা থিয় হৈ থকাৰ সময়ত মোৰ পাল আহিল
ଅର୍ଥ : বতাহক সন্তুলিত কৰিবলৈ নাৱৰ মাস্তুলত বান্ধি দিয়া দীঘল-চাৰিচুকীয়া কাপোৰ বিশেষ
ଉଦାହରଣ :
হঠাৎ ধুমুহা অহাত নাৱৰ দুর্বল ্ পালখন ফালিল
ସମକକ୍ଷ : নাৱৰ পাল
ଅର୍ଥ : কোনো এক নির্দিষ্ট সময় যʼত এজন কর্ম্্চাৰী বা কর্ম্্চাৰীৰ দল আহি কল-কাৰখানা আদিত কাম কৰে
ଉଦାହରଣ :
ৰামদেৱৰ আজিৰ ৰাতিৰ পাল আৰম্ভ হৈ গʼল