ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পার্টী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পার্টী   বিশেষ্য

ଅର୍ଥ : ৰাজনীতিৰ সৈতে সম্পর্কিত বা ৰাজনৈতিক ক্রিয়া-কলাপত ভাগলোৱা ব্যক্তিৰ দল

ଉଦାହରଣ : ভাৰতত ৰাজনৈতিক দল কাঠফুলাৰ দৰে হʼবলৈ ধৰিছে

ସମକକ୍ଷ : ৰাজনৈতিক দল

ଅର୍ଥ : কোনো বিশেষ মতৰ সমর্থন ্কৰা লোকৰ সমূহ

ଉଦାହରଣ : আপুনি কোন দলৰ প্রতিনিধিত্ব কৰিছে

ସମକକ୍ଷ : দল, পক্ষ

ଅର୍ଥ : যিজন ব্যক্তিয়ে ন্যায়িক তদন্তত ভাগ লয়

ଉଦାହରଣ : আজি আদালতত প্রথমটো পার্টী অনুপস্থিত আছিল

ସମକକ୍ଷ : পক্ষ

ଅର୍ଥ : কোনো বিশেষ কার্য, প্রদর্শন, ব্যৱসায় আদিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

ଉଦାହରଣ : আমাৰ চহৰত চিত্রকূটৰ ৰাম-লীলা দল আহি আছেহি

ସମକକ୍ଷ : দল, মণ্ডলী, সংঘ, সঙ্ঘ

ଅର୍ଥ : আনন্দ লাভ কৰিবৰ বাবে একত্রিত হোৱা মানুহৰ সমূহ

ଉଦାହରଣ : তেওঁ ্খাই উঠি পার্টীত যোগ দিলে

ସମକକ୍ଷ : দল