ଅର୍ଥ : পানীৰ দৰে হৈ পৰা পাতল বস্তু
ଉଦାହରଣ :
ৰমেশৰ তেজ পনীয়া হৈ গৈছে এইখিনি গাখীৰ নহয় পানী
ସମକକ୍ଷ : পনীয়া
ଅର୍ଥ : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত
ଉଦାହରଣ :
এই তৰোৱালখনৰ পানী চাবলগীয়া
ସମକକ୍ଷ : ধাৰ
ଅର୍ଥ : মুখ, চকু, ঘা আদিৰ পৰা বিৰিঙি থকা তৰল পদার্থ
ଉଦାହରଣ :
তেওঁৰ দুয়োটা চকুৰ পৰা অনবৰতে পানী ওলাই আছে