ଅର୍ଥ : কাহিনী, উপন্যাস আদিত থকা সেই ব্যক্তি যাৰ কথাবস্তুত কোনো স্থান আছে
ଉଦାହରଣ :
নাটকৰ সকলো চৰিত্রই জীৱন্ত অভিনয় কৰিলে
ସମକକ୍ଷ : চৰিত্র
ଅର୍ଥ : কিবা লোৱা বা পোৱাৰ যোগ্য ব্যক্তি
ଉଦାହରଣ :
দান যোগ্য ব্যক্তিকহে দিয়া উচিত
ସମକକ୍ଷ : যোগ্য ব্যক্তি